গণিত প্ৰথম অধ্যায় (সংহতি)
সংহতি (sets)
অনুশীলনী:1.1
1. তলৰ কোনবোৰ সংহতি ?
i) j বৰ্ণৰে আৰম্ভ হোৱা বছৰটোৰ সকলো মাহৰ সংগ্ৰহ।
ii) দহজন শ্ৰেষ্ঠ ভাৰতীয় ক্রিকেটাৰৰ সংগ্ৰহ।
iii) স্বাভাবিক সংখ্যাৰ সংগ্ৰহ।
2. ধৰা হ'ল A={1,2,3,4,5,6} খালি ঠাইত যথাযথ প্ৰতিক ∈ বা ∉ দিয়া।
i) 5.....A ii) 8....A iii) 0.....A iv) 4.....A v)2.....A vi) 10.....A
সমাধান:- i) 5∈A ii) 8∉A iii) 0∉A iv) 4∈A v)2∈A vi) 10∉A
3. তলৰ সংহতিবোৰ তালিকাভুক্তিকৰণ পদ্ধতিত লিখা :-
i) A={x:x এটা অখণ্ড সংখ্যা আৰু -3<x<7 }
ii) B={x:x ছয়তকৈ সৰু এটা স্বাভাবিক সংখ্যা }
iii) C={x:x দুটা অংকবিশিষ্ট স্বাভাবিক সংখ্যা যাৰ অংকবোৰৰ যোগাফল 8}
iv) D={x:x এটা মৌলিক সংখ্যা আৰু ই 60-ৰ ভাজক}
v) E= TRIGONOMETRY শব্দৰ সকলো বৰ্ণৰ সংহতি।
vi) F= BETTER শব্দৰ সকলো বৰ্ণৰ সংহতি।
সমাধান:- i) A={-3,-2,-1,0,1,2,3,4,5,6}
ii) B={1,2,3,4,5}
iii) C={17,26,35,44,53,62,71,80}
iv) D= {2,3,5}
v) E={T,R,I,G,O,N,M,E,Y}
vi) F={B,E,T,R}
Photo note:-
4. তলৰ সংহতিবোৰ সংহতি-গঠন পদ্ধতিত লিখাঁ।
i) {3,6,9,12} ii) {2,4,8,16,32} iii) {5,25,125,625}
iv) {2,4,6,8,.......} v) {1,4,9,16,......100}
সমাধান:- i) A={x:x,3লn,n∈A আৰু 1≤n≤4}
ii) A={x:x,2ⁿ n∈A আৰু 1≤n≤5}
iii) A={x:x,5ⁿ n∈A আৰু 1≤n≤5}
iv) A={x:x এটা যোগাত্মক অখণ্ড সংখ্যা}
v) A={ x:x,n² n∈A আৰু 1≤n≤10}
5. তলৰ সংহতিবোৰক তালিকাভুক্তিকৰণ পদ্ধতিত লিখা।
i) A={x:x এটা অযুগ্ম স্বাভাবিক সংখ্যা}
ii) B={x:x এটা অখণ্ড সংখ্যা, -½<x< ⁹/₂}
iii) C={x:x এটা অখণ্ড সংখ্যা , x²≤4}
iv) D={x:LOYAL শব্দটোৰ x এটা বৰ্ণ}
v) F={x:x হল k-ৰ আগৰ ইংৰাজী বৰ্ণমালাৰ এটা ব্যঞ্জন বৰ্ণ}
সমাধান:- i) A={1,3,5,7,....} ii) B={0,1,2,3,4}
iii) C={-2-1,0,1,2} iv) D={L,O,Y,A}
v) F={b,c,d,f,g,h,j}
Photo note:-


Comments
Post a Comment