Mathematics (sets)
সংহতি ( sets)
গণিতত ব্যবহাৰ কৰা নিৰ্দিষ্ট কিছুমান সংহতিৰ উদাহৰণ:--
N:- আটাইবোৰ স্বাভাবিক অখণ্ড সংখ্যাৰ সংহতি।
Z:- আটাইবোৰ বাস্তৱ সংখ্যাৰ সংহতি।
Z+:- যোগাত্মক অখণ্ড সংখ্যাৰ সংহতি।
Q+:- যোগাত্মক পৰিমেয় সংখ্যাৰ সংহতি।
R+:- যোগাত্মক বাস্তৱ সংখ্যাৰ সংহতি।
Shop now:-https://amzn.to/3B3ffhR
✍ সংজ্ঞা:- এটা সংহতি য 'ত এটাও মৌল নাথাকে তাক ৰিক্ত সংহতি বুলি কোৱা হয়। ইয়াক "👇 বা { }" চিনেৰে বুজোৱা
✍ এটা সংহতি যিটোত খালি বা নিৰ্দিষ্ট কিছুমান মৌল থাকে তাক সসীম সংহতি বুলি কোৱা হয়। আনহাতে যিবোৰ সংহতিত অসীম সংখ্যক মৌল থাকে তাক অসীম সংহতি বোলা হয়।
✍দুটা সংহতি A আৰু B-ক সমান বুলি কোৱা হয় যদিহে A আৰু B-ৰ মৌলবোৰ একে হয় আৰু ইয়াক আমি A=B বুলি লিখোঁ।
✍🗣 উপ সংহতি:- এটা সংহতি য A-ক এটা সংহতি B-ৰ উপ সংহতি বুলি কোৱা হয় যদি A-ৰ প্ৰতিটো উপাদান B-ৰো উপাদান। আন কথাত, A⊂B যদি a∈A ⇒a∈B বুলি লিখা হয়।
✍🗣 ঘাত সংহতি: কোনো সংহতি A-ৰ সকলো উপ সংহতিৰ সংগ্ৰহক A-ৰ ঘাত সংহতি বোলে।ইয়াক P(A)-ৰে বুজোৱা হয়। P(A)-ৰ সকলো উপাদানেই এটা সংহতি।
যেনে:- A={1,2} তেন্তে P(A)={∅,{1},{2},{1,2}
✍impotent note:- যদি সংহতি A-ৰ বাবে n(A)=m,তেন্তে n[P(A)]=2ᵐ
Sonoinformation:-
You will be translate into any other language
Contact us at Facebook:-https://www.facebook.com/noni.sinis
This comment has been removed by the author.
ReplyDelete