Posts

Translator available

গণিত প্ৰথম অধ্যায় (সংহতি)

Image
                            সংহতি (sets)                             অনুশীলনী:1.1 1. তলৰ কোনবোৰ সংহতি ? i) j  বৰ্ণৰে আৰম্ভ হোৱা বছৰটোৰ সকলো মাহৰ সংগ্ৰহ।  ii) দহজন শ্ৰেষ্ঠ  ভাৰতীয় ক্রিকেটাৰৰ সংগ্ৰহ।  iii) স্বাভাবিক সংখ্যাৰ সংগ্ৰহ।  2. ধৰা হ'ল A={1,2,3,4,5,6} খালি ঠাইত যথাযথ প্ৰতিক ∈ বা ∉ দিয়া।    i) 5.....A       ii) 8....A       iii) 0.....A    iv) 4.....A       v)2.....A      vi) 10.....A             সমাধান:-   i) 5∈A       ii) 8∉A       iii) 0∉A                                    iv) 4∈A       v)2∈A      vi) 10∉A   3. ...

গণিত প্ৰথম অধ্যায় (সংহতি)

Image
                         সংহতি (sets) ✍ সংহতিৰ মিলন:- Aআৰু B দুটা সংহতি। Aআৰু B-ৰ মিলনো এটা সংহতি আৰু ই A-ৰ সকলো  উপাদান আৰু B-ৰ সকলো উপাদানেৰে গঠিত, উমৈহতীয়া উপাদানবোৰ মাত্ৰ এবাৰহে লিখা হয়।      যেনে:-A∪B={x:x∈A বা x∈B}  মিলন প্ৰক্রিয়াৰ কিছু ধৰ্ম :-      i) A∪B=B∪A (ক্রমবিনিময় বিধি)       ii) (A∪B)∪C=A∪(B∪C)      (সাহচৰ্য বিধি)      iii) A∪∅=A      iv) A∪A=A       v) u∪A=u ,   u→সৰ্বজনীন সংহতি।  ✍ সংহতিৰ ছেদন:- সংহতি A আৰু B-ৰ ছেদন এটা সংহতি আৰু ই A আৰু B উভয়তে থকা উপাদানেৰে গঠিত।     যেনে:- A∩B={x:x∈A আৰু x∈B} সংহতি ছেদন প্ৰক্রিয়াৰ কিছু ধৰ্ম:-   i) A∩B=B∩A  (ক্রমবিনিময় বিধি)   ii) (A∩B)∩C=A∩(B∩C)   (সাহচৰ্য বিধি)  iii) ∅∩A=∅,u∩A=A  iv) A∩A=A   v) A∩(B∩C)=(A∩B)∪(A∩C)       (বিতৰণ বিধি) ✍সংহতিৰ অন্তৰ:-A আৰু B সংহতিৰ ...

Mathematics (sets)

Image
                                           সংহতি ( sets) গণিতত ব্যবহাৰ কৰা নিৰ্দিষ্ট কিছুমান সংহতিৰ উদাহৰণ:-- N:- আটাইবোৰ স্বাভাবিক অখণ্ড সংখ্যাৰ সংহতি।  Z:- আটাইবোৰ বাস্তৱ সংখ্যাৰ সংহতি।  Z+:- যোগাত্মক অখণ্ড সংখ্যাৰ সংহতি।  Q+:- যোগাত্মক পৰিমেয় সংখ্যাৰ সংহতি।  R+:- যোগাত্মক বাস্তৱ সংখ্যাৰ সংহতি।   Shop now:- https://amzn.to/3B3ffhR ✍ সংজ্ঞা:- এটা সংহতি য 'ত এটাও মৌল নাথাকে তাক ৰিক্ত সংহতি বুলি কোৱা হয়। ইয়াক "👇 বা {  }" চিনেৰে বুজোৱা                হয়।                             ✍ এটা সংহতি যিটোত খালি বা নিৰ্দিষ্ট কিছুমান মৌল থাকে তাক সসীম সংহতি বুলি কোৱা হয়। আনহাতে যিবোৰ সংহতিত অসীম সংখ্যক মৌল থাকে তাক অসীম সংহতি বোলা হয়।  ✍দুটা সংহতি A আৰু  B-ক সমান বুলি কোৱা হয় যদিহে A আৰু B-ৰ মৌলবোৰ একে হয় আৰু ইয়াক আমি...

English notes for Arts and science

Image
                 The portrait of a lady  Question.(1) Name the person with whom the narrator spent his childhood in the village? Ans:- The narrator spent his childhood in the village with his grandmother. Question.(2)  Where did narrator study when he was in village? Ans:- The narrator studied in the village school when he was in the village. Question.(3) Who accompanied him to school in the village? Ans:- The grandmother accompanied him to the school in  the village. Question.(4) Who thought the children in the village school? Ans:- The priest tought the children in the village school. Question.(5) What was tought in the village school? Ans:- The alphabets and morning prayer was tought in the village school. Question.(6) How did he go to school in the city? Ans:- He went to school in a city motor bus.

Mathematics fast chapter(গণিত প্ৰথম অধ্যায়)

Image
                    সংহতি ( sets) সংহতি বুজোৱা পদ্ধতি দুটা:-- i) তালিকাভুক্তিকৰণ পদ্ধতি (Roster or tabular form) ii) সংহতি-গঠন পদ্ধতি (set-builder form) i) তালিকাভুক্তিকৰণ পদ্ধতিত সকলোবোৰ উপাদান কুটিল বন্ধনীৰ {} মাজত কমা চিনেৰে বিচ্ছিন্ন কৰি লিখা হয়।  উদাহৰণ স্বৰূপে 7 তকৈ সৰু সকলো যুগ্ম অখণ্ড সংখ্যাৰ সংহতি তালিকাভুক্তিকৰণ পদ্ধতিত এনেদৰে লিখা হয় {২,৪,৬} । টোকা:- উল্লেখ কৰিব পাৰি যে তালিকাভুক্তিকৰণ পদ্ধতিত সংহতি লিখোতে উপাদান এটা বাৰে বাৰে  লিখা নহয় অৰ্থাৎ সকলোবোৰ উপাদান পৃথক।  উদাহৰণ স্বৰূপে  SCHOOL শব্দটোৰ আখৰবোৰৰ সংহতি {S,C,H,O,L}বা{H,O,L,S,C} ইয়াত উপাদানবোৰ লিখাৰ ক্রমটোৰ কোনো দৰা বন্ধ কথা নাই।  ii) সংহতি-গঠন পদ্ধতি, সংহতি এটাৰ সকলোবোৰ উপাদানৰ এটা উমৈহতীয়া ধৰ্ম আছে, যিটো ধৰ্ম সংহতি থাকে আন উপাদানত নাই। উদাহৰণ স্বৰূপে { a,e,i,o,u} সংহতিটোত উমৈহতীয়া ধৰ্ম আছে অৰ্থাৎ প্ৰতিটোৱেই ইংৰাজী বৰ্ণমালাৰ একোটা স্বৰবৰ্ণ,অন্য বৰ্ণৰ এই ধৰ্ম নাই।  এইটো সংহতিটোক "V"ৰে বুজোৱা হল।      এতিয়া আমি এনেদৰে লিখিম :- ...

পদাৰ্থ বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ সুত্ৰ

ৰসায়নিক সংযোগৰ সূত্ৰসমূহ:-   i) ভৰৰ ৰক্ষন শীলতাৰ সুত্ৰ:- পদাৰ্থৰ সৃষ্টি কৰিব নোৱাৰি বা ধ্বংসও কৰিব । ii) স্থিৰানুপাতৰ সুত্ৰ:- এটা নিৰ্দিষ্ট যৌগ সদায় একে মৌলৰে গঠিত আৰু যৌগটোত মৌলকেইটাৰ ভৰৰ অনুপাত একে। iii) গে'লুছাকৰ গেছীয় আয়তনৰ সূত্ৰ:- দুটা বা ততোধিক গেছৰ  মাজত বিক্রিয়া ঘটিলে এই গোটসমূহে একে চাপ আৰু উষ্ণতাত সিহঁতৰ আয়তনৰ এক সৰল অনুপাতত যোজিত আৰু বিক্রিয়াজাত পদাৰ্থও গেছ হ'লে বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ মাজত  সৰল অনুপাতত থাকে।  iv) গুনানুপাত সূত্ৰ:- দুটা মৌলই লগ লাগি একাধিক যৌগ গঠন কৰিলে যৌগবোৰত এটা মৌলৰ নিৰ্দিষ্ট ভৰৰ সৈতে যোজিত হোৱা আনটো মৌলৰ ভৰৰ অনুপাতটো এক সৰল পুৰ্ণ সংখ্যাৰ অনুপাত হয়।  

1st year class notes mathematics

Back cover vivo v19